歌曲 / 歌词

Dipto Tora

Listen on Apple Music

歌词

নীলা আকাশ আকাশৰে
ডাৱৰৰ আঁৰে-আঁৰে
শুকুলা মেঘৰ কোলাহল
বৃষ্টিৰ বতৰা লৈ আহে
দূৰ দূৰণিলৈ
উৰি যাব খোজে মোৰ মন
চিঞৰি চিঞৰি ক'ব খোজোঁ মই
তুমি মাথোঁ মোৰ
এটি শব্দবিহীন কবিতা
নিশা আকাশৰ দীপ্ত তৰা
♪
দীপ্ত তৰা
♪
সপোনৰ দলিচাতে তুমি
হিয়াৰ ব্যাকুলতা তুমি
কাষলৈ আহিলে জাগে বহু সপোন
'Cause you're my sun, star and moon
অসীম প্ৰেমত
বৈ যাব খোজে মোৰ মন
চিঞৰি চিঞৰি ক'ব খোজোঁ মই
তুমি মাথোঁ মোৰ
এটি শব্দবিহীন কবিতা
নিশা আকাশৰ দীপ্ত তৰা
♪
দীপ্ত তৰা
♪
দীপ্ত তৰা