歌曲 / 歌词

Keninu Heral - RDRKSH Remix

Listen on Apple Music

歌词

কেনিনো হেৰাল আজি সপোনৰে ৰেঙনি?
কেনিনো হেৰাল আজি পদূলিৰ জোনাকী?
কেনিনো হেৰাল আজি সপোনৰে ৰেঙনি?
কেনিনো হেৰাল আজি পদূলিৰ জোনাকী?
দিঠকে সামৰি নিজানত বেলিটি
দুচকুৰে বাগৰি আহে চকুপানী
বাৰিষাৰ গানে আজি মোৰ বুকুত খুন্দে
তোমাক পোৱাৰ সপোন ভাগি ভাগি সৰে
প্ৰতিশ্ৰুতি দিছিলা, "থাকিমে সদায়"- বুলি
পাহৰি গ'লা কিয় বুকুতে বিষাদ সানি?
দিঠকে সামৰি নিজানত বেলিটি
দুচকুৰে বাগৰি আহে চকুপানী
বিচাৰোঁ ক'ব জানা বহুকথাই!
মৰম তুমি জানানে সঁচাই?
অ', পোহৰৰ বাটে তুমি আহাঁ
আদৰিম তোমাক উজাৰি হিয়া