歌曲 / 歌词

Pujon Aha Aie Matrir

Listen on Apple Music

歌词

পূজো আহা আই মাতৃৰ
চৰণ কমল
উঠক বাজি জয় ধ্বনি
পৰম মঙ্গল
পূজো আহা আই মাতৃৰ
চৰণ কমল
উঠক বাজি জয় ধ্বনি
পৰম মঙ্গল
পূজাৰ দৌলত চন্দন চৰা
বন্তি জ্বলাই উজ্বল কৰা
পূজাৰ দৌলত চন্দন চৰা
বন্তি জ্বলাই উজ্বল কৰা
সুপবিত্র কৰা ধালি
শান্তিয়নী জল
সুপবিত্র কৰা ধালি
শান্তিয়নী জল
পূজো! আহা
আই মাতৃৰ
চৰণ কমল
উঠক বাজিজয় ধ্বনি
পৰম মঙ্গল
কি আছে কি দিম আমি
দুখীত আতুৰ
আই মাতৃৰ চৰণ সেৱি
আই মাতৃৰ চৰণ সেৱি
হৃদয় কৰো জুৰ
কমল মাথো চকুৰ পানী
চৰণ ধুৱাও তাকেই আনি
কমল মাথো চকুৰ পানী
চৰণ ধুৱাও তাকেই আনি
বুকুৰ তেজৰ অৰ্ঘ্য ঢালি
পূৰাও পদতল
বুকুৰ তেজৰ অৰ্ঘ্য ঢালি
পূৰাও পদতল
পূজো আহা আই মাতৃৰ
চৰণ কমল
উঠক বাজি জয় ধ্বনি
পৰম মঙ্গল
পূজো আহা আই মাতৃৰ
চৰণ কমল
উঠক বাজি জয় ধ্বনি
পৰম মঙ্গল
পৰম মঙ্গল
পৰম মঙ্গল