歌词
পামনে মই ঘূৰাই
আকৌ এবাৰ জীৱনত
দেউতাৰ চকুতে চাই হোৱা সেই ছবি
হিয়াৰ আমঠু
ভাবি থান বাণ হলে
জিৰণি লবলে লাগে চাগে এখনি বুকু
এতিয়াও দেহত লাগি আছে সুবাস
দুখনি হাতৰ উমাল পৰশ
কিয় জানো হঠাতে দিঠক হল সপোন
কাষতে থাকিও নোপোৱাৰ বেদনা
সমুখত দেখিও নেদেখাৰ যাতনা
কোনেনো বুজিব কাৰ বুকু একা দিব
পামনে মই ঘূৰাই
আকৌ এবাৰ জীৱনত
দেউতাৰ চকুত চাই হোৱা সেই ছবি