歌曲 / 歌词

Nao Loi Aahim - Original

Listen on Apple Music

歌词

নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
ৰৈয়া ৰৈ
ৰৈয়া ৰৈ
Instrumental
হলে হওঁক বৰ নৈ
ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোক
হলে হওঁক বৰ নৈ
ভয় নাই ভয় নাই মোৰ
দুবাহুত শিপাইছে মৰমে মৰমে তোক
দুবাহু মেলি সাঁতুৰি নাদুৰি
দুবাহু মেলি সাঁতুৰি নাদুৰি
বোকা পানী নেওচি কাষৰলে আনি
বোকা পানী নেওচি কাষৰলে আনি
ৰাখিম বুকুতে তোক
ৰৈয়া ৰৈ
ৰৈয়া ৰৈ
Instrumental
ইকোৰা বিৰিনায় দিব দলিচা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
ইকোৰা বিৰিনায় দিব দলিচা পাৰি
নৈৰে বোকাৰে লম ঠাই মচি
জোনাকে যাচিব ফুলে পাহ জোনালী
জোনাকে যাচিব ফুলে পাহ জোনালী
মৰমে মৰমক পাবই বিচাৰি
মৰমে মৰমক পাবই বিচাৰি
হেপাহৰ নপলায় ভও
ৰৈয়া ৰৈ
ৰৈয়া ৰৈ
নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
নাও লৈ অনিম গৈ বোকাৰে পদুম ঐ
হাতুৰি আনিম গৈ তোক
তোৰে মৰমৰে সৰগী পৰসে
সাহসী কৰিছে মোক
ৰৈয়া ৰৈ
ৰৈয়া ৰৈ